অসম

assam

ETV Bharat / bharat

Egg Hair Mask: আপোনাৰ চুলিৰ হেৰাই যোৱা সৌন্দৰ্যতা ঘূৰাই আনিব কণীয়ে - Egg Hair Mask

দীঘল ক’লা চুলি সকলোৱে ভাল পায় । যদি আপোনাৰ চুলি শুকান আৰু নিৰ্জীৱ হয় তেন্তে কণীয়ে আপোনাক সহায় কৰিব পাৰে । যদি আপুনি আপোনাৰ চুলিখিনি কোমল আৰু চিকচিকিয়া কৰিব বিচাৰে তেন্তে তলত দিয়া উপায়েৰে কণী ব্যৱহাৰ কৰিব পাৰে ।

Apply egg in hair in this way, lost shine will come back in hair
আপোনাৰ চুলিৰ হেৰাই যোৱা সৌন্দৰ্যতা ঘূৰাই আনিব কণীয়ে

By

Published : Apr 5, 2023, 11:48 AM IST

দীঘল ক’লা চুলি কোনেনো ভাল নাপায় (Egg Hair Mask)। যাৰ বাবেই মানুহে চুলিৰ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে তথা চুলিৰ সৌন্দৰ্যতাৰ ক্ষেত্ৰত বহু টকা খৰচ কৰে (Is it good to put egg in your hair)।

বাঢ়ি অহা প্ৰদূষণ, ৰ’দ আৰু ধূলিৰ বাবে আজিকালি চুলিৰ ক্ষতি হ’বলৈ আৰম্ভ কৰিছে (Egg Hair Mask)। ইয়াৰ বাবে চুলিবোৰ শুকান আৰু নষ্ট হৈ পৰে । এনে পৰিস্থিতিত যদি আপোনাৰ চুলি শুকান আৰু নিৰ্জীৱ হয়, তেন্তে কণীয়ে আপোনাক সহায় কৰিব পাৰে (egg hair mask recipe) । যদি আপুনি আপোনাৰ চুলিখিনি কোমল আৰু চিকচিকিয়া কৰি ৰাখিব বিচাৰে তেন্তে আপুনি আপোনাৰ চুলিত কণী ব্যৱহাৰ কৰিব পাৰে (egg hair mask for frizzy hair) । এই প্ৰতিবেদনত আমি আপোনালোকক কম যে চুলিত কণী কেনেকৈ ব্যৱহাৰ কৰিব পাৰি-

কণী আৰু দৈ

কণীয়ে চুলিৰ প্ৰতিটো সমস্যা দূৰ কৰাৰ কাম কৰে । এনে অৱস্থাত যদি আপোনাৰ চুলি শুকান হয় তেন্তে চুলিত দৈ আৰু নাৰিকল তেল লগাব । ভালকৈ মিহলাই তাৰ পিচত মাস্কৰ দৰে চুলিত লগাব (What can I mix with egg for hair mask)। উল্লেখ্য় যে, এই পেকটো মূৰৰ ছালৰ পৰা তললৈ লগাই ২০ মিনিট চুলিত থৈ দিব (egg hair mask for dandruff)। ইয়াৰ পিচত চুলিখিনি লাইট চেম্পুৰে ধুব (Which part of egg is good for hair mask) । এনে কৰিলে চুলিবোৰ চিকচিকিয়া আৰু ধুনীয়া হ’ব ।

কণী আৰু মৌ

চুলিৰ জিলিকনি বৃদ্ধি কৰিবলৈ কণী আৰু মৌ ব্যৱহাৰ কৰিবও পাৰে (egg hair mask benefits)। ইয়াক ব্যৱহাৰ কৰিবলৈ এটা বাটিত আধা কাপ মৌৰ লগত দুটা কণী মিহলাই লওক । এতিয়া ভালকৈ মাৰি পেলাওক (egg hair mask for silky hair)। এই মাস্কটো আপোনাৰ চুলিৰ গুৰি আৰু গোটেই চুলিত লগাওক আৰু ৩০ মিনিট ৰাখক (egg hair mask in Assamese)। এতিয়া চুলিখিনি লাইট চেম্পুৰে ধুই লওক(best egg hair mask)।

লগতে পঢ়ক:Summers Diet: গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰক এই পাঁচবিধ খাদ্য

ABOUT THE AUTHOR

...view details