নেশ্যনেল ডেস্ক,23 অক্টোবৰ: আঘাতপ্ৰাপ্ত বিগ বি অমিতাভ বচ্চন(Injured big b Amitabh Bachchan) ৷ বাওঁ ভৰিৰ ঘিলাত দুখ পোৱা বুলি অমিতাভ বচ্চনে দেওবাৰে প্ৰকাশ কৰে (Amitabh Bachchan cut a vein on left calf)। অনিয়ন্ত্ৰিতভাৱে তেজ ওলোৱাৰ বাবে মেগাষ্টাৰজনক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (Amitabh Bachchan rushed to hospital )। কৌন বনেগা ক্ৰৌৰপতিৰ জনপ্ৰিয় হোষ্ট গৰাকীয়ে কয় যে চিকিৎসকে তেওঁক কষ্টকৰ কাম অথবা ট্ৰেডমিলত খোজ নাকাঢ়িবলৈ পৰামৰ্শ আগবঢ়াইছে (kaun banega crorepati) ।
মেগাষ্টাৰ অমিতাভ বচ্চনে জানিবলৈ দিয়া অনুসৰি, শেহতীয়াকৈ তেওঁৰ বাওঁ ভৰিৰ তলৰ অংশৰ শিৰা কাটি যোৱাৰ পিছত তেওঁক ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে (Amitabh Bachchan cut a vein on left calf )। চলিত বৰ্ষৰ আৰম্ভণিতে ৮০ বছৰ সম্পূৰ্ণ কৰা চিনেমা আইকন গৰাকীয়ে নিজৰ অফিচিয়েল ব্লগত এই খবৰটো শ্বেয়াৰ কৰি কৰাৰ লগতে অনিয়ন্ত্ৰিত ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ চিলাই লবলগীয়া হৈছে বুলি উল্লেখ কৰে(Big B completed 80 years)৷