অসম

assam

ETV Bharat / bharat

পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা - সাময়িকভাৱে জম্মুত স্থগিত

পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা (Amarnath Yatra resumes after improvement in weather) ৷ বুধবাৰে জম্মুৰ সংমণ্ডল আয়ুক্তই (Divisional Commissioner Jammu) টুইটাৰযোগে বতৰ বেয়া হোৱাৰ বাবে সাময়িকভাৱে জম্মুত স্থগিত ৰখা পথ পুনৰ খুলি দিয়া হৈছে বুলি জনায় ৷

Amarnath Yatra resumes after improvement in weather
পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা

By

Published : Jul 6, 2022, 1:08 PM IST

নেশ্যনেল ডেস্ক,৬ জুলাই : পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা (Amarnath Yatra resumes after improvement in weather) ৷ মঙলবাৰে বতৰ বেয়া হোৱাত অমৰনাথলৈ যোৱা বালতাল আৰু পাহলগাম দুয়োটা পথত কৰ্তৃপক্ষই বন্ধ কৰি দিছিল ৷ তাৰ পিছতেই বুধবাৰে জম্মুৰ সংমণ্ডল আয়ুক্তই (Divisional Commissioner Jammu) টুইটাৰযোগে বতৰ বেয়া হোৱাৰ বাবে সাময়িকভাৱে জম্মুত স্থগিত ৰখা পথ পুনৰ খুলি দিয়া হৈছে বুলি জনায় ৷

উল্লেখ্য যে, বিগত ৩০ জুনৰ পৰা অমৰনাথ যাত্ৰা ২০২২ আৰম্ভ হৈছিল (Amarnath Yatra 2022 started on June 30) ৷ তেতিয়াৰ পৰা আজিপৰ্যন্ত ৬৫,০০০ৰো অধিক যাত্ৰীয়ে তীৰ্থযাত্ৰা কৰিছে বুলি কৰ্তৃপক্ষই জানিব দিয়ে ৷

সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত এই গুহা মন্দিৰৰ তীৰ্থযাত্ৰা আগন্তুক ১১ আগষ্টত ৰক্ষাবন্ধন উৎসৱৰ লগত সংগতি ৰাখি শ্ৰৱণ পূৰ্ণিমাত (Shravan Purnima coinciding with Raksha Bandhan festival) সমাপ্ত হ’ব বুলি কৰ্তৃপক্ষই জানিব দিয়ে ।

লগতে পঢ়ক:কাশ্মীৰত পিতৃ-মাতৃৰ আহ্বানত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details