অসম

assam

ETV Bharat / bharat

নিৰ্বাচনৰ সময়ত কৰ’ণা সংক্ৰমণক লৈ মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ - uttar pradesh news

কিছুসংখ্যক ৰাজ্য আৰু উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ’ণা সংক্ৰমণক লৈ মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৷ নিৰ্বাচন আয়োগ, উচ্চ ন্যায়ালয় আৰু চৰকাৰে নিৰ্বাচনৰ সময়ত কৰ’ণা সংক্ৰমণৰ ভয়াৱহতাৰ পৰিমাণ অনুমান কৰাত ব্যৰ্থ হোৱা বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ে মন্তব্য কৰে ৷

allahabad high court comment
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মন্তব্য

By

Published : May 12, 2021, 1:09 PM IST

নেশ্যনেল ডেস্ক,12 মে’ : নিৰ্বাচন আয়োগ, উচ্চ ন্যায়ালয় আৰু চৰকাৰে কিছুসংখ্যক ৰাজ্য আৰু উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ’ণা সংক্ৰমণৰ ভয়াৱহতাৰ পৰিমাণ অনুমান কৰাত ব্যৰ্থ হৈছে ৷ এই মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷

আদালতে কয় যে, বিগত বৰ্ষত হোৱা কৰ’ণাৰ প্ৰথমটো ঢৌ গ্ৰাম্য অঞ্চললৈ সংক্ৰমিত হোৱা নাছিল ৷ কিন্তু এইবেলি দ্বিতীয়টো ঢৌ গ্ৰাম্য অঞ্চলতো বিয়পি পৰা পৰিলক্ষিত হৈছে ৷

ইফালে চহৰ অঞ্চলতেই সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত চৰকাৰ একেবাৰে অসন্তুষ্ট হৈ পৰিছে । এই ক্ষেত্ৰত গ্ৰাম্য অঞ্চলত সংক্ৰমণৰ পৰীক্ষা কৰি চিকিৎসা কৰাতো অতি কঠিন ৷

লগতে পঢ়ক :মুৰ্কংচেলেকৰ এটি পথে দুৰ্ভোগ ভুগাইছে স্থানীয় ৰাইজক

ABOUT THE AUTHOR

...view details