নেশ্যনেল ডেস্ক, ২৯ মে': ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা অজিত ডোভালে শনিবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ 'সজাগ' উদ্বোধন কৰিব । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে টুইটযোগে জনায় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মেক ইন ইণ্ডিয়া' কাৰ্যসূচীৰ অংশস্বৰূপ পাঁচখন জাহাজৰ ভিতৰত তৃতীয়খন জাহাজ 'সজাগ'ক স্বদেশীভাৱে নিৰ্মাণ কৰা হৈছে ।
আজি ‘সজাগ’ উদ্বোধন কৰিব অজিত ডোভালে - অজিত ডোভাল
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ 'সজাগ' উদ্বোধন কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জাহাজ হৈছে 'সজাগ' । স্বদেশীভাৱে নিৰ্মাণ কৰা হৈছে জাহাজখন ।
![আজি ‘সজাগ’ উদ্বোধন কৰিব অজিত ডোভালে Ajit Doval will commission the Indian Coast Guard Ship](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11940149-984-11940149-1622262135172.jpg)
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ উদ্বোধন কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা অজিত ডোভালে
আত্মনিৰ্ভৰ ভাৰতৰ উৎকৃষ্ট উদাহৰণ এই জাহাজখন ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা অজিত ডোভালে উদ্বোধন কৰিব বুলিও টুইটটোত উল্লেখ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।
লগতে পঢ়ক: ত্ৰিপুৰাত লতা মাকৰিৰ বিশেষ প্ৰজনন কাৰ্যসূচী আৰম্ভ