অসম

assam

By

Published : Mar 30, 2021, 1:33 PM IST

ETV Bharat / bharat

ইন্দোৰত বিমানযাত্ৰীৰ পৰা উদ্ধাৰ হৰিণাৰ শিং

ইন্দোৰত বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে চিংকাৰ প্ৰজাতিৰ হৰিণাৰ শিঙৰ সৈতে এজন লোকক আটক কৰে । বন বিষয়া এ কে শ্ৰীবাস্তৱে জনোৱা মতে, হৰিণাৰ এযোৰ শিং লৈ যাত্ৰা কৰিছিল লোকজনে ।

ইন্দোৰত বিমানযাত্ৰীৰ পৰা উদ্ধাৰ হৰিণাৰ শিং
ইন্দোৰত বিমানযাত্ৰীৰ পৰা উদ্ধাৰ হৰিণাৰ শিং

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ:ইন্দোৰত হৰিণাৰ শিঙৰ সৈতে আটক এগৰাকী ব্যক্তি । বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে চিংকাৰ প্ৰজাতিৰ হৰিণাৰ শিঙৰ সৈতে এজন লোকক আটক কৰে । বন বিষয়া এ কে শ্ৰীবাস্তৱে জনোৱা মতে, হৰিণাৰ এযোৰ শিং লৈ যাত্ৰা কৰিছিল লোকজনে ।

তেওঁ তথ্যচিত্ৰ নিৰ্মাণৰ বাবে উজ্জয়িনী আৰু মুম্বাইলৈ গৈছিল । বিমানবন্দৰত আটক কৰাৰ পিছতে লোকজনক এয়াৰড্ৰ'ম আৰক্ষী চকীলৈ প্ৰেৰণ কৰা হৈছে ৷ অধিক তদন্তৰ বাবে লোকজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:ঢাকা মছজিদ আক্ৰমণ: 600 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details