নেচনেল ডেস্ক,28 মাৰ্চ:শচীন তেণ্ডুলকাৰৰ পাছতে ভাৰতীয় ক্ৰিকেটাৰ ইউছুফ পাঠান ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ টুইটাৰযোগে ইউচুফে এই কথা জনাইছে ৷ তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ শৰীৰত ক'ভিড-19 ৰ সামান্য লক্ষ্যণে দেখা দিছে ৷
শচীন তেণ্ডুলকাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত ইউছুফ পাঠান - ৰোড-চেফটি ৱৰ্ল্ড চিৰিজ টুৰ্ণামেন্ট
শচীন তেণ্ডুলকাৰ ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পাছতে এইবাৰ ক্ৰিকেটাৰ ইউছুফ পাঠান ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ দুয়োগৰাকীয়েই শেহতীয়াকৈ সমাপ্ত হোৱা ৰোড-চেফটি ৱৰ্ল্ড চিৰিজ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল ৷
![শচীন তেণ্ডুলকাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত ইউছুফ পাঠান After Sachin Tendulkar, Yusuf Pathan tests positive for COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11188143-84-11188143-1616898079092.jpg)
শচীন তেণ্ডুলকাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত ইউছুফ পাঠান
উল্লেখ্য যে, তেণ্ডুলকাৰ আৰু পাঠান দুয়োগৰাকীয়ে শেহতীয়াকৈ সমাপ্ত হোৱা ৰোড-চেফটি ৱৰ্ল্ড চিৰিজ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল ৷
লগতে পঢ়ক:COVID-১৯ত আক্ৰান্ত অভিনেতা পৰেশ ৰাৱাল