অসম

assam

ETV Bharat / bharat

আফ্ৰিকান ছোৱাইন ফেবা কবলত মিজোৰাম - Lungsen village

আফ্ৰিকান ছোৱাইন ফেবাৰ নমুনা টিছু আৰু চেৰামৰ পৰীক্ষাত পজিটিভ ফলাফল লাভ কৰিছে ভূপালৰ এনআইএইচএছএডিয়ে ৷ এই কথা সদৰি কৰিছে মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৷

আফ্ৰিকান ছোৱাইন ফেবা কবলত মিজোৰাম
আফ্ৰিকান ছোৱাইন ফেবা কবলত মিজোৰাম

By

Published : Apr 20, 2021, 10:05 AM IST

আইজল, 20 এপ্ৰিল :আফ্ৰিকান ছোৱাইন ফেবাৰ নমুনা টিছু আৰু চেৰামৰ পৰীক্ষাত পজিটিভ ফলাফল লাভ কৰিছে ভূপালৰ এনআইএইচএছএডিয়ে ৷ এই কথা সদৰি কৰিছে মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৷

জানিব পৰা মতে যোৱা 21 মাৰ্চত মিজোৰামৰ লুংচেন গাঁৱত প্ৰথমবাৰৰ বাবে চিনাক্ত হৈছিল ছোৱাইন ফেবাৰৰ ৷ মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে সদৰি কৰা মতে যোৱা 24 ঘণ্টাত মিজোৰামত 65 টা গাহৰি ছোৱাইন ফেবাৰত মৃত্যু হৈছে ৷ ইয়াৰ লগে লগে ছোৱাইন ফেবাৰত গাহৰি মৃত্যু হোৱা লোকৰ সংখ্যা 920 টা লৈ বৃদ্ধি পায় ৷

লগতে পঢ়ক: আকৌ লক ডাউন ! কাইলৈ সিদ্ধান্ত ঘোষণা কৰিব ৰাজ্যৰ মুখ্য সচিবে

ABOUT THE AUTHOR

...view details