অসম

assam

দুৰ্নীতিৰ অভিযোগত দিল্লীৰ আপৰ বিধায়ক আমানতুল্লা খানক গ্ৰেপ্তাৰ

By

Published : Sep 16, 2022, 9:16 PM IST

দিল্লী ৱাকফ ব’ৰ্ডত দুৰ্নীতিৰ অভিযোগত দিল্লীৰ আপৰ বিধায়ক আমানতুল্লা খানক গ্ৰেপ্তাৰ (AAP MLA Amanatullah Khan arrested)৷ দুৰ্নীতি বিৰোধী ব্যুৰোৱে গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীক ৷

দুৰ্নীতিৰ অভিযোগত দিল্লীৰ বিধায়ক আমানতুল্লা খানক গ্ৰেপ্তাৰ
দুৰ্নীতিৰ অভিযোগত দিল্লীৰ বিধায়ক আমানতুল্লা খানক গ্ৰেপ্তাৰ

  • দিল্লী ৱাকফ ব’ৰ্ডত দুৰ্নীতিৰ অভিযোগত দিল্লীৰ আপৰ বিধায়ক আমানতুল্লা খানক গ্ৰেপ্তাৰ
  • দুৰ্নীতি বিৰোধী ব্যুৰোৱে(Anti Corruption Bureau)গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীক
  • দুৰ্নীতি বিৰোধী ব্যুৰোৰ অভিযান কালত এটা বিদেশী পিষ্টল আৰু নগদ ২৪ লাখ টকা উদ্ধাৰ
  • আমানতুল্লা খানৰ ব্যৱসায়ীক অংশীদাৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰা পিষ্টলটো অনুজ্ঞাপত্ৰবিহীন
  • আমানতুল্লা খানৰ বিৰুদ্ধে ৱাকফ বোৰ্ডৰ বেংক একাউণ্টত বিত্তীয় অনিয়মৰ লগতে বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল
  • খানৰ বিৰুদ্ধে 23 টাকৈ অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে

ABOUT THE AUTHOR

...view details