অসম

assam

ETV Bharat / bharat

ঘৰিয়ালৰ আক্ৰমণত মৃত্যু ম'হ পালকৰ - ঘৰিয়ালৰ আক্ৰমণ

চাংগাৰেড্ডি জিলাৰ মঞ্জীৰা নদীত এজন ম'হ পালকে ম'হৰ জাকক গা ধুৱাই থাকোতে ঘৰিয়ালৰ আক্ৰমণৰ বলি হয় আৰু কেই মুহূৰ্তমানৰ পাচতে ৰামুলু নামৰ ম'হ পালকজনৰ মৃত্যু হয় ৷

ঘৰিয়ালৰ আক্ৰমণত মৃত্যু ম'হ পালকৰ
ঘৰিয়ালৰ আক্ৰমণত মৃত্যু ম'হ পালকৰ

By

Published : Mar 1, 2021, 10:06 PM IST

নেশ্যনেল ডেস্ক,1 মাৰ্চ:চাংগাৰেড্ডি জিলাৰ পুলকাল মণ্ডলত সংঘটিত হৈছে এক দুখজনক ঘটনা। জিলাখনৰ মঞ্জীৰা নদীত এজন ম'হ পালকে ম'হৰ জাকক গা ধুৱাই থাকোতে ঘৰিয়ালৰ আক্ৰমণৰ বলি হয় আৰু কেই মুহূৰ্তমানৰ পাচতে ৰামুলু নামৰ ম'হ পালকজনৰ মৃত্যু হয় ৷

ওচৰত থকা আন ম'হ পালকসকলে ৰামুলুক বচাবলৈ চেষ্টা কৰিছিল যদিও ঘৰিয়ালৰ আক্ৰমণৰ পৰা বচাব নোৱাৰিলে ৷ কিছু সময়ৰ পাচতে মঞ্জীৰা নদীত ৰামুলুৰ মৃতদেহটো ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক:আৰক্ষী বিভাগত জালিয়াতিৰে সংস্থাপন লাভ কৰা দুজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details