নেশ্যনেল ডেস্ক,2 জানুৱাৰী: দিল্লী আৰু হাৰিয়ানা সীমান্তত কৃষি আইনক লৈ চলি থকা কৃষক প্ৰতিবাদৰ মাজতে শনিবাৰে দিল্লী-গাজিপুৰ সীমান্তত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ দিল্লী গাজিপুৰ প্ৰতিবাদস্থলীতে আত্মহত্যা কৰে এজন প্ৰতিবাদকাৰী কৃষকে ৷ প্ৰতিবাদস্থলীত নিৰ্মান কৰি উলিওৱা শৌচালয়ত চীপ লৈ আত্মহত্যা কৰে কৃষকগৰাকীয়ে ৷ এই পৰ্যন্ত আত্মহত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই ৷
দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ - dead body found in toilet at UP gate Ghaziabad
শনিবাৰে দিল্লী-গাজিপুৰত চলি থকা কৃষকৰ প্ৰতিবাদস্থলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শৌচালয়ত চীপ লৈ আত্মহত্যা কৰে এজন কৃষকে ৷

দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ