নেচনেল ডেক্স,7 এপ্ৰিল:পশ্চিমবংগৰ কোচবিহাৰত এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰা হয় ৷ দুৰ্বৃত্তই হত্যা কৰাৰ পাছতেই কোচবিহাৰত চেপা উত্তেজনাই বিৰাজ কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ আৰক্ষীয়ে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাত উত্তেজিত ৰাইজে শিলাবৰ্ষণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰে ৷
কোচবিহাৰত ব্যৱসায়ীক হত্যা - আৰক্ষীয়ে ঘটনাস্থলীত
পশ্চিমবংগৰ কোচবিহাৰত এজন ব্যৱসায়ীক গুলীয়াই হত্যা ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠী চালনা ৷
কোচবিহাৰত ব্যৱসায়ীক হত্যা