অসম

assam

ETV Bharat / bharat

5 % DA for govt employees: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ - state government is always with its employees

ৰাজ্যৰ বিত্তমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই আজি কয় যে কঠিন সময়তো ৰাজ্য চৰকাৰ সদায় কৰ্মচাৰীৰ সৈতে থাকে (state government is always with its employees)

Etv Bhara5% বৃদ্ধি মৰগীয়া বানচt
Etv Bhar5 % DA for govt employeesat

By

Published : Aug 3, 2022, 2:09 PM IST

নেশ্যনেল ডেস্ক,3 আগষ্ট: ত্ৰিপুৰা ৰাজ্যৰ উপমুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী পদত অধিষ্ঠিত জিষ্ণু দেৱ বৰ্মাই আজি এই ঘোষণা কৰে ৷ ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে বিভিন্ন স্তৰত ৫ শতাংশ মৰগীয়া বানচ আৰু প্ৰতিগৰাকী পেঞ্চনাৰলৈ একে অনুপাতত মৰগীয়া ভাট্ত ঘোষণা কৰিছে(Dearness Relief for all the pensioners in similar proportion.)। ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে আজি ৰাজ্য চৰকাৰে বিভিন্ন শ্রেণীৰ চৰকাৰী কর্মচাৰীৰ বাবে ৫ শতাংশ মৰগীয়া বানচ ঘোষণা কৰিছে(5 percent DA for the employees) ৷ কঠিন সময়তো চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত চৰকাৰ আগবাঢ়ি আহিছে । অনাগত সময়টো বিভিন্ন দিশ বিবেচনা কৰি চৰকাৰী কৰ্মচাৰীসকললৈ পাৰ্যমানে সুবিধা দিবলৈ চেষ্টা কৰা হব বুলি উপমুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

সংশোধিত নিৰিখ ০১ জুলাই, ২০২২ৰ পৰা কাৰ্যকৰী হ’ব । ইয়াৰ ফলত ৰাজ্যৰ ৰাজকোষৰ ওপৰত ৫২৩ কোটি টকাৰ অতিৰিক্ত বোজা হব যদিও ইয়াৰ সুবিধা লাভ কৰিব ৰাজ্যৰ বিভিন্ন বিভাগত সেৱা আগবঢ়োৱা এক লাখৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক:ত্ৰিপুৰাৰ বিধায়ক মেৱৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ গোচৰ

ABOUT THE AUTHOR

...view details