অসম

assam

ETV Bharat / bharat

ৰায়পুৰত জীৱন্তে অগ্নিদগ্ধ হৈ 5 জনৰ মৃত্যু - আৰক্ষী

ছত্তিশগড়ৰ ৰায়পুৰস্থিত ৰাজধানী চিকিৎসালয়ত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

5 dead after fire breaks out at hospital in Chhattisgarh's Raipur
ৰায়পুৰত জীৱন্তে অগ্নিদগ্ধ হৈ 5 জনৰ মৃত্যু

By

Published : Apr 18, 2021, 10:21 AM IST

নিউজ ডেস্ক, 18 এপ্ৰিল : ছত্তিশগড়ৰ ৰায়পুৰত শনিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ ৰায়পুৰত জীৱন্তে অগ্নিদগ্ধ হৈ 5 জন লোকৰ মৃত্যু হয় ৷ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে আন কেইবাজনো লোকৰ ৷

ৰায়পুৰত জীৱন্তে অগ্নিদগ্ধ হৈ 5 জনৰ মৃত্যু

ছত্তিশগড়ৰ ৰায়পুৰস্থিত ৰাজধানী চিকিৎসালয়ত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হয় ৷ আনহাতে চিকিৎসালয়ৰ আন ৰোগীসকলক ততাতৈয়াকৈ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

লগতে পঢ়ক :ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details