অসম

assam

ETV Bharat / bharat

14 মহলা অট্টালিকাৰ লিফ্ট খহি দুজনৰ মৃত্যু, 8 জন আহত - 8 people injured due to lift collapse

গুজৰাটৰ চুৰাটত ভয়ংকৰ ঘটনা ৷ চুৰাটৰ পাণ্ডেচাৰা অঞ্চলৰ বামৰোলীত 14 মহলা অট্টালিকাৰ লিফ্ট মেৰামতি কৰোঁতে খহি পৰি 2 দুজন লোকৰ মৃত্যু, 8 জন আহত (2 people died and 4 people injured due to lift collapse) ৷

2-people-died-and-4-people-injured-due-to-lift-collapse
14 মহলা অট্টালিকাৰ লিফ্ট খহি দুজনৰ মৃত্যু

By

Published : Sep 16, 2022, 2:14 PM IST

  • গুজৰাটৰ চুৰাটত ভয়ংকৰ ঘটনা
  • চুৰাটৰ পাণ্ডেচাৰা অঞ্চলৰ বামৰোলীত 14 মহলা অট্টালিকাৰ লিফ্ট মেৰামতি কৰোঁতে খহি পৰে
  • এই ঘটনাত লিফ্টসহ বাগৰি অহা 2 গৰাকী লোকৰ মৃত্যু হয়
  • আনকি 8 গৰাকী লোক আহত হয়

For All Latest Updates

ABOUT THE AUTHOR

...view details