নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী:এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে বিদেশী নাগৰিক । কৰ্ণাটকত ড্ৰাগছ সৰবৰাহত জড়িত দুজনকৈ নাইজেৰিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে কৰ্ণাটক আৰক্ষীয়ে । শনিবাৰে ৰাজ্যখনৰ ৰামানুৰ্থি নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অভিযান চলাই কেন্দ্ৰীয় অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নাইজেৰিয়াৰ নাগৰিক দুয়োজনক ।
কৰ্ণাটকত ড্ৰাগছ সৰবৰাহত জড়িত দুই নাইজেৰিয়ান গ্ৰেপ্তাৰ - কেন্দ্ৰীয় অপৰাধ শাখাই
ৰামানুৰ্থি নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অভিযান চলাই কেন্দ্ৰীয় অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নাইজেৰিয়াৰ নাগৰিক দুজনক । দুয়োজনৰ পৰা প্ৰায় ১৫ লাখ মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰা হয় ।
![কৰ্ণাটকত ড্ৰাগছ সৰবৰাহত জড়িত দুই নাইজেৰিয়ান গ্ৰেপ্তাৰ কৰ্ণাটকত ড্ৰাগছ সৰবৰাহত জড়িত দুই নাইজেৰিয়ান গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10608959-191-10608959-1613200592880.jpg)
কৰ্ণাটকত ড্ৰাগছ সৰবৰাহত জড়িত দুই নাইজেৰিয়ান গ্ৰেপ্তাৰ
লগতে কেন্দ্ৰীয় অপৰাধ শাখাই দুয়োজনৰ পৰা প্ৰায় ১৫ লাখ মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে । অধিক তথ্য়ৰ বাবে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় অপৰাধ শাখাই ।