অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ ৰায়গ'ড়ত ভয়ংকৰ অগ্নিকাণ্ড - মহাৰাষ্ট্ৰৰ ৰায়গ'ড জিলাৰ

মহাৰাষ্ট্ৰৰ ৰায়গ'ড় জিলাৰ ঢেকু অঞ্চলত মঙলবাৰৰ পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ ঘটনাটোত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে 6 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

2-killed-6-injured-in-explosion-at-chemical-factory-in-maha
মহাৰাষ্ট্ৰৰ ৰায়গ'ড়ত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Nov 5, 2020, 1:01 PM IST

মুম্বাই, 5 নৱেম্বৰ: মহাৰাষ্ট্ৰৰ ৰায়গ'ড় জিলাৰ ঢেকু অঞ্চলত মঙলবাৰৰ পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ জানিব পৰা মতে কপিলি নগৰৰ সমীপৰ ছাজগাঁও কে'মিকেল ফেক্টৰিত সংঘটিত হোৱা এক বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় এই অগ্নিকাণ্ড ৷ উক্ত ঘটনাটোত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে 6 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত লোক কেইজনক ইতিমধ্যে ছিৱিক হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিবলৈ দিছে কপিলি আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details