অসম

assam

By

Published : Nov 4, 2020, 10:35 PM IST

ETV Bharat / bharat

আট্টাৰী-ৱাঘা সীমান্তৰে পাকিস্তানলৈ প্ৰেৰণ 125 লোকক

আট্টাৰী ৱাঘা সীমান্তৰে আজি পাকিস্তানলৈ প্ৰেৰণ কৰা হয় 125 লোকক ৷ ক'ভিড-19 মহামাৰীৰ বাবে ভাৰতত আৱদ্ধ হৈ আছিল পাকিস্তানী নাগৰিকসকল ৷

125 People Return To Pakistan Via Attari/Wagah
আট্টাৰী-ৱাঘা সীমান্তৰে পাকিস্তানলৈ প্ৰেৰণ 125 লোকক

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ : ক'ভিড-19 মহামাৰীৰ ফলত দেশৰ বিভিন্ন স্থানত বহু বিদেশী লোক আৱদ্ধ হৈ পৰিছিল ৷ আট্টাৰী ৱাঘা সীমান্তৰে আজি পাকিস্তানলৈ প্ৰেৰণ কৰা হয় এনে বহু পাকিস্তানী নাগৰিকক ৷ এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, 125 জন আৱদ্ধ পাকিস্তানী নাগৰিকক আজি দেশখনলৈ প্ৰেৰণ কৰা হয় ৷

ভাৰত-পাকিস্তান দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ পাকিস্তানলৈ ৰাওনা হৈছে UNO মুৰব্বী মেজৰ জোছেফ ৷ মেজৰ জোছেফৰ সৈতে পাকিস্তানলৈ এটা 6 জনীয়া সদস্যৰ দল গৈছে বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক :ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ কৰা হৈছে 150 বছৰীয়া প্ৰাচীন চিৰি

ABOUT THE AUTHOR

...view details