তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত আটাছুৰ বিশাল জোঁৰ সমদল ৷ আৰক্ষীৰ বাধাকো নেওচি চহৰখনত সমদল । | Read More
Assam Live News: অসম Thu Nov 21 2024 শেহতীয়া আপডেট
Published : Nov 21, 2024, 8:30 AM IST
|Updated : Nov 21, 2024, 10:57 PM IST
জনজাতিকৰণৰ দাবীত তিনিচুকীয়া কঁপালে আটাছুৱে
সদ্যহতে দুদিনমানলৈ গাহৰি খোৱাৰ চিন্তা বাদ দিয়ক
আপুনি গাহৰি খাই ভাল পাই নেকি ? তেনেহ'লে আপোনাৰ বাবে এটা বেয়া খবৰ । জানিবলৈ পঢ়ক এই প্ৰতিবেদন । | Read More
২৬ নৱেম্বৰৰ পৰা কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট
'দেখো আপনা দেশ পিপ'লছ চয়চ ২০২৪' । কাজিৰঙাত অনুষ্ঠিত হ'ব চাৰিদিনীয়া দ্বাদশ 'আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট' । | Read More
আমাৰ মূৰৰ ওপৰৰ পৰা সেই ক'লীয়া ডাৱৰ এতিয়াও আঁতৰা নাই: অতুল বৰা
যোৰহাটত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ । | Read More
উপ-নিৰ্বাচনত সংখ্যালঘুৰ সমৰ্থন লাভ কৰিছে বিজেপিয়ে: জয়ন্ত মল্লবৰুৱা
উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতে বিজেপি জয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । | Read More
এটোপাল চকুলো আপোনাৰো সৰিব এই দৃশ্য দেখিলে
কেনেকৈ মানুহ হ'ব পাৰে ইমান নৃশংস ? দুদিন পূৰ্বে পাঁচটাকৈ সন্তান জন্ম দিয়া এজনী কুকুৰক হত্যা কৰাৰ ঘটনাই জোকাৰিছে পুৰণিগুদাম । | Read More
অসমত ২৬ বিলিয়ন ডলাৰৰ ৰিয়েল ইষ্টেট বজাৰ
অসমৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ অৱদান কি ? ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক মাণিক কুমাৰ ৰায়ৰ সৈতে 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ- | Read More
স্বৰ্গদেউসকলৰ আদৰ্শ-কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব: চৰাইদেউত সৰ্বানন্দ সোণোৱাল
স্বৰ্গদেউসকলৰ গৌৰৱোজ্বল ৬০০ বছৰীয়া ৰাজত্বৰ ইতিহাসে আজি অসমীয়া জাতিক শক্তিশালী পৰিচয় দিলে । | Read More
নতুন প্ৰজন্মৰ বাবে অগপৰ দুৱাৰ-খিৰিকী খোলা আছে: অতুল বৰা
যোৰহাটত অনুষ্ঠিত অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ । | Read More
ৰীলত নহয় বাস্তৱত দেখুৱাইছে পাঁচ বান্ধৱীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন
পাঁচগৰাকী বান্ধৱীৰ এক প্ৰেৰণাদায়ক কাহিনী । টিউচন কৰি পোৱা টকাৰ অযথা খৰচ নকৰি পাঁচ বান্ধৱীয়ে পদূলিতেই আৰম্ভ কৰিছে ব্যৱসায় । | Read More
কেনে আছে কলিয়াবৰত ত্ৰাস সৃষ্টি কৰা ঢেকীয়াপতীয়াটো ?
পিঞ্জৰাবদ্ধ হ’ল কলিয়াবৰত ত্ৰাস সৃষ্টি কৰা ঢেকীয়াপতীয়াটো ৷ বাঘটোক ট্ৰেংকুইলাইজড কৰি বন বিভাগে পিঞ্জৰাবদ্ধ কৰে ৷ | Read More
আমাক গুলীয়াই মাৰি পেলাওক, সমাধান একেবাৰেই হৈ যাব ! কোনে, কাক, কিয় ক'লে ?
বুঢ়াচাপৰি অভয়াৰণ্যৰ সীমাৰ বেৰ নিৰ্মাণক লৈ ৰাইজ আৰু বন বিভাগৰ মাজত খণ্ডযুদ্ধ । ইয়াৰ মাজতে গুলীয়াই মাৰিবলৈ বন বিভাগক আহ্বান একাংশৰ । | Read More
অসমৰ ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিয়া নাই পি এম কিষাণ সন্মান আঁচনি
পি এম কিষাণ আঁচনিৰ কেলেংকাৰি ৷ আঠ লক্ষাধিক ভুৱা কৃষকে ঘূৰাই দিয়া নাই ৫৬৬ কোটি টকা ৷ | Read More
আলহী পক্ষীৰ কলৰৱত পুৱাৰ সূৰুযে চকু মেলিছে মাজুলীত
মাজুলীলৈ আগমন অষ্ট্ৰেলিয়া, ফ্ৰান্স, কানাডাৰ শীতৰ আলহী ৷ পুৱাৰ ৰ’দ কাঁচিয়লিৰ পৰা আৰম্ভ কৰি অস্ত যোৱালৈকে বিন্দনীয়া মাজুলীৰ নিৰিবিলি পৰিৱেশত পৰিভ্ৰমী পক্ষীৰ বিচৰণ ৷ | Read More
মন্ত্ৰী অশোক সিংহালৰ ব্যক্তিগত সহায়কৰ জালিয়াতি ! মুখ্যমন্ত্ৰীক অভিযোগ
এইবাৰ জলসিঞ্চন আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়কৰ ভয়ংকৰ জালিয়াতিৰ অভিযোগ উঠিছে । | Read More
১৯৭ টা EVM, ১৫ ৰাউণ্ডৰ ভোটগণনাত নিৰ্ণয় হ'ব দিপ্লু-তানজিলৰ ভাগ্য
চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন । ২৩ নৱেম্বৰত ১৫ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত নিৰ্ণয় হ'ব দিপ্লু-তানজিলৰ ভাগ্য । | Read More
প্ৰায় ১০ ঘন্টা দ পুখুৰীত পৰি আৰ্তনাদ ৬ টা বন্যহস্তীৰ; পুৱাহে উদ্ধাৰ
দ পুখুৰীত পৰি নিশাৰে পৰা পোৱালিসহ ৬ টা বন্যহস্তীৰ আৰ্তনাদ । পুৱা বুলড’জাৰৰ সহায়ত বনবিভাগে উদ্ধাৰ কৰিলে হাতী কেইটাক ৷ | Read More
পানীও লগোৱা নাই, পোৰাও নাই; জাবৰৰ পৰা প্ৰস্তুত কৰিলে পৰিৱেশ অনুকূল ইটা
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰেৰে এক নতুন উদ্ভাৱন কৰিছে গুৱাহাটী IIT-এ ৷ গুৱাহাটী IIT-এ নিৰ্মাণ কৰি উলিয়াইছে পৰিৱেশ অনুকুল ইটা ৷ | Read More
প্ৰধানমন্ত্ৰী সৌৰঘৰ যোজনা কিমান সফল হৈছে অসমত ?
অসমত প্ৰধানমন্ত্ৰী সৌৰঘৰ যোজনাখন ৰাইজৰ মাজত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহ কিছু পৰিমাণে বিফল হোৱা দেখা গৈছে ৷ বিভাগীয় তথ্যতেই এই কথা ধৰা পৰিছে ৷ | Read More
এটা এটাকৈ নুমাবলৈ ধৰিছে ড৹ ভূপেন হাজৰিকা সেতুৰ লাইটবোৰ
দুমাহতেই বিকল দেশৰ দীৰ্ঘতম নদী দলং ড৹ ভূপেন হাজৰিকা সেতুত সংযোজিত ছ’লাৰ লাইট ৷ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ অভিযোগ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ | Read More
বীৰ ৰাঘৱ মৰাণৰ আদৰ্শক সৰোগত কৰিবলৈ অসমীয়া ৰাইজক আহ্বান সৰ্বানন্দ সোণোৱালৰ
‘‘বীৰ ৰাঘৱ মৰাণৰ সাহস, বীৰত্ব, স্বদেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ বৰ্ণিল গাঁথা ৰাষ্ট্ৰীয় পর্যায়ত তুলি ধৰাৰ প্ৰয়াস কৰা হ'ব ৷’’ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ | Read More