ETV Bharat / state

মটৰ মেকানিক মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন - মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন

কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ মদন ৰায় নামৰ মটৰ মেকানিকজনে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ জেচিবি ৷ ক্ষুদ্ৰাকৃতিৰ জেচিবিখনে অন্যান্য জেচিবিৰ দৰেই একেই কাম কৰি দেখুৱাবলৈ সক্ষম হৈছে ৷

Madan Ray Made a model JCB, Motor Mechanic Madan Ray, Motor Mechanic Madan Ray Made JCB, Motor Mechanic Madan Ray Karimganj, মটৰ মেকানিক মদন ৰায় নিৰ্মিত জেচিবি, মটৰ মেকানিক মদন ৰায় জেচিবি, কৰিমগঞ্জ মটৰ মেকানিক মদন ৰায়
মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন
author img

By

Published : Dec 25, 2019, 6:42 PM IST

বদৰপুৰ, 25 ডিচেম্বৰঃ এগৰাকী সাধাৰণ মটৰ মেকানিক হৈয়ো কৰিমগঞ্জ জিলাৰ মদন ৰায়ে নিৰ্মাণ কৰি উলিয়াইছে এখন জেচিবি ৷ মাত্ৰ পাঁচহাজাৰ টকা খৰচ কৰি ৰায়ে নিৰ্মাণ কৰি উলিয়াইছে ক্ষুদ্ৰাকৃতিৰ জেচিবিখন ৷ বদৰপুৰ সমষ্টিৰ বনাখআলা গাঁৱৰ বাসিন্দা মদন ৰায়ে জেচিবিৰ উপৰিও নিৰ্মাণ কৰি উলিয়াইছে এখন স্পীদবোট ৷ আনকি নিজ হাতে নিৰ্মাণ কৰা স্পীদবোটখন স্থানীয় গোমটি নৈত চলায়ো দেখুৱায় ৰায়ে ৷

মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন

কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনেই একমাত্ৰ নিজ কৰ্মদক্ষতাৰ বলতে ৰায়ে নিৰ্মাণ কৰি উলিয়াইছে ইটোৰ পিচত সিটো যন্ত্ৰ ৷ ইয়াৰ পূৰ্বে ৰায়ে এখন হেলিকপ্টাৰ নিৰ্মাণ কৰি উলিয়াইছিল যদিও অলপ সময় উৰাৰ পিচতেই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্থ হয় ৷ মদন ৰায়ৰ এই কাৰ্যদক্ষতা কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সম্ভৱ হৈ পৰিছে ৷ কৰিমগঞ্জৰ এটা গেৰেজত কাম কৰি পৰিয়াল চলাই থকা মদনে অসম চৰকাৰৰ পৰা সাহাৰ্য লাভ কৰিলে আগলৈ আৰু অধিক যন্ত্ৰ বনাবলৈ সক্ষম হ'ব বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷

Intro: হেলিকাপ্টাৰ ,স্পিড বোৰ্ডৰ পিছত জেসিবি বনাই অভিলেখ গড়িলে এগৰাকী প্ৰতিভাৱান যুৱকে।Body:বদৰপুৰ : -হয় আপুনি তিৰিশ লাখ টকা পয়তিৰিশ লাখ টকাৰ জেসিবি দেখিছেনে । আজি মই দেখুয়াম অকল পাঁচ হেজাৰ টকাৰ জেসিবি যিখন মাটি কাটিবলৈ সক্ষম । হেলিকাপ্টাৰ , স্পিড বোৰ্ডৰ পিছত জেসিবি বনাই অভিলেখ গড়িলে কৰিমগঞ্জ জিলাৰ ৱদৰপুৰ ৱিধানসভাৰ বনাখআলা গাওঁৰ মদন ৰায় । কথাত আছে যে মানুহৰ মন থাকিলে দৰিদ্ৰতা প্ৰতিবন্ধক নহয় ।কিন্তু ইমান সফল হওয়াৰ পাছত ও কোন মন্ত্ৰী বিধায়ক কিংবা সংস্থা সংগঠনে সাহায্য কৰা নাই আনকি খোঁজ লবলৈ সময় পোয়া নাই । মদন এগৰাকী বাইক মেকানিক । কৰিমগঞ্জৰ এখন গেৰেজত কাম কৰি নিজৰ পৰিয়াল চলাইছে কিন্তু তেওঁৰ আছে অসাধাৰণ প্ৰতিভা । তেওঁ প্ৰথমতে বনালে হেলিকাপ্টাৰ কিন্তু পথাৰত হেলিকাপ্টাৰ খন উৰুৱাই অলপ উপৰত উঠি পাখাখন ভাগি পৰিছিল । কিয়নো পাঁখা খনৰ কোয়ালেটি বেয়া আছিল । দ্বিতীয়ত বনালে স্পিড বোৰ্ড । যিখন গোমতি নৈৰ পানী এতিয়া ও চলিয়াছে । আৰু এতিয়া দাৰিদ্ৰতাক সঙ্গী কৰি জেসিবি বনাবলৈ সক্ষম হৈছে। য'তে বিভিন্ন মেশিনৰ পৰা পাঁচ হেজাৰ টকাৰ পাৰ্স লাগিছে । মদন ইটিভি ভাৰতৰক ধন্যবাদ জনাই ক লৈ অকল ইটিভি ভাৰতে তেওঁৰ প্ৰতিভাৰ কথাখিনি ভাৰতৰ বুকুত দাঙি ধৰিছে। আৰু অসম চৰকাৰৰ আগতে কলে চৰকাৰ যদি অলপ সাহায্য কৰিলে তেন আৰু কিবা কিবি বনাই অসমৰ নাম বিশ্ব বুকুত উজলিলে তেন । চৰকাৰক এনে আবেদন জনালে ।এতিয়া এনে প্ৰতিভাৱান যুৱকৰ প্ৰতি অলপ দৃষ্টি দিব নে অসম চৰকাৰে? তেওঁৰ প্ৰতিভা দেখি বদৰপুৰৰ ৰাইজৰ মাজত খুশি লাগিছে ।

স্বপ্নজিৎ নাথ বদৰপুৰ ই টিভি ভাৰতৰ অসম
Conclusion:news
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.